বিশেষজ্ঞৰ মতে প্ৰতিদিনে ৰাতিপুৱা নিৰ্দিষ্ট পৰিমাণৰ বাদাম খাব লাগে । অৱশ্যে অন্য বাদামতকৈ আলমণ্ড স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী । যদিও সকলো প্ৰকাৰৰ বাদামেই স্বাস্থ্যৰ কাৰণে উপকাৰী , তথাপি আলমণ্ডৰ উচ্চমাত্ৰাত প্ৰোটিন থকাৰ লগতে একাধিক প্ৰয়োজনীয় পোষক পদাৰ্থ আছে । এজন পূৰ্ণবয়স্ক লোকৰ পৰা সকলো বয়সৰ লোকে একেই পৰিমাণৰ আলমণ্ড খাব
ৰাতিপুৱা হওঁক বা গধূলি হওঁক একাপ চাহে আমাক যেন সজীৱ কৰি তোলে । বিশেষকৈ পুৱাৰ এই চাহকাপত সোমাই থাকে দিনটোৰ কৰ্মব্যস্ত জীৱনৰ অন্য এক মাদকতা । বৰ্তমান এই চাহৰ স্থান যেন কফিয়ে দখল কৰিছে । এইখিনিতে প্ৰশ্ন উঠে যে , চাহ আৰু কফিৰ মাজত পাৰ্থক্য কি আৰু কোনোটো শৰীৰৰ কাৰণে
শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী
বিভিন্ন সময়ত আমি আমাৰ মনটো নিয়ন্ত্ৰণ কৰিব লগা হয়। আচলতে যিকোনো কাৰণতে আমাৰ মন বেয়া লাগিব পাৰে । মন বেয়া লগাৰ নিৰ্দিষ্ট কোনো সময় নাই । শুই উঠাৰ পিছত , খোৱাৰ টেবুলত , অফিচত কাম কৰা সময়ত বা কাৰোবাৰ ফ’ন কলতো আমাৰ মন বেয়া লাগিব পাৰে । গোটেই দিনটো যাতে
টোপনি ধৰিলে মানুহে হামি মাৰে। বহুতে আকৌ ধেমালিতে হামিক ‘সোঁচৰা’ বুলিও কয়। কিয়নো কে’বাজনো লোক থকা অৱস্থাত হামি মাৰিলে প্ৰায়ে ওচৰৰ লোকেও হামি মৰা দেখা যায়। বহুতে এই হামি মৰাৰ অন্তৰালত শাৰীৰিক ক্লান্তি বা শৰীৰত অক্সিজেনৰ অভাৱকে দায়ী কৰে। অফিচৰ জৰুৰী বৈঠক, কোনো সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ পৰত ঘনাই হামিয়াই