এই কথা মন কৰিব লাগে যে-তুলসী উদ্ভিদ যি ঠাইত আছে,সেই ঠাই চাফ-চিকুন হব লাগে।যদি তুলসী শুকাই গৈছে বা মৰহি গৈছে-তেন্তে-ইয়াৰ কাৰণ অশুদ্ধতাৰ বাবেও হব পাৰে।সেইবাবে-প্ৰতিদিন-তুলসীৰ আশে-পাশে চাফ-চিকুন কৰিব লাগে।গাওঁত-আজিও মহিলাসকলে-প্ৰতিদিন তুলসীৰ আশে-পাশে গৰুৰ গোবৰ আৰু মাটিৰে লেপন দিয়ে। *তুলসীৰ ওচৰত ঝাড়ু বা চেণ্ডেল-জোতা ৰাখিব নালাগে।বহুলোকে-তুলসীৰ লগত-অন্য ফুল-পাত ৰূপন কৰে,যি শুদ্ধ
যদি কাৰোবাৰ ৰক্তনলীত কলেষ্টেৰল অত্যাধিক বৃদ্ধি হয়, তেনেহ’লে ই হৃদযন্ত্ৰৰ সৈতে সম্পৰ্কিত মাৰাত্মক ৰোগৰ কাৰণ হৈ পৰে। প্ৰকৃততে, ধমনীবোৰত বেয়া পদাৰ্থবোৰ জমা হোৱাৰ ফলত অৱৰোধ হয়, তাৰ পিছত তেজ হৃদযন্ত্ৰলৈ আহিবলৈ যথেষ্ট অসুবিধা হয়, এই অৱস্থাটোক উচ্চ ৰক্তচাপ বুলি কোৱা হয়, ইয়াৰ ফলত হৃদৰোগ হয়, যাৰ ফলত বহুলোকৰ মৃত্যু হয়।
গেছ বাৰ্ণাৰ অথবা ষ্টোভ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ অবিহনে ৰন্ধা-বঢ়া কৰাটো কঠিন। ইয়াত সকলো ধৰণৰ খাদ্য ৰন্ধা হয়, কিন্তু যেতিয়া গাখীৰ আৰু তেলৰ ব্যৱহাৰৰ ফলত গেছ বাৰ্ণাৰৰ ছিদ্ৰবোৰ জাম হৈ যায়। ইয়াৰ ফলত, জুই ভালদৰে ওলাই আহিব নোৱাৰে, যাৰ বাবে খাদ্য ৰন্ধাত পলম হয় আৰু গেছৰ অপচয় হয়।
ভোলানাথৰ কৃপা লাভ কৰিবলৈ-সোমবাৰৰ দিনা এইসমূহ নিয়ম কৰিব লাগে! সোমবাৰৰ দিনা কৰা উপায়সমূহৰ দ্ধাৰা ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়।মহাদেৱৰ কৃপাৰ দ্ধাৰা ঘৰলৈ-সুখ-শান্তি আৰু সমৃদ্ধি আহে। হিন্দু ধৰ্মত প্ৰতিদিনে-কোনো নহয়- কোনো দেৱী দেৱতাৰ পূজা কৰা হয়।সোমবাৰৰ দিন ভগৱান শংকৰৰ দিন।এইদিনা ভক্তসকলে শিৱ মন্দিৰলৈ গৈ-গাখীৰ,বেলপাত,ধতুৰা আৰু ভাংগৰ দ্ধাৰা শিৱলিংগৰ অভিষেক কৰে।কিছুলোকে মহাদেৱৰ কৃপা
বতৰৰ ফল বতৰত খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে পৰিস্থিতিত, যদি কোনোবাই স্বাস্থ্যৱান হৈ থাকিব বিচাৰে, তেন্তে কিছুমান ফল সদায়ে আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। বৰ্তমানৰ ঋতুত মধুৰিআম বজাৰত যথেষ্ট পৰিমাণে উপলব্ধ। মধুৰি খাবলৈ যিমানে সুস্বাদু, সিমানে ই স্বাস্থ্যৰ বাবে উপকাৰী। মধুৰি খোৱাৰ বিশেষ লাভালাভবোৰঃ ~ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে মধুৰিআম