এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰা আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ কনিষ্ঠ কন্যাক আজি প্ৰেৰণ কৰা হয় গুৱাহাটীৰ কেন্দ্ৰিয় কাৰাগাৰলৈ। দুৰ্নীতি পৰায়ণ বিষয়াগৰাকীৰ কনিষ্ঠ কন্যাও বিজেতা শৰ্মাও এই কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিল। বিজেতাৰ একাউণ্টত সোমাইছিল এছ চি আৰ টিৰ কেলেংকাৰীৰ ৪ কোটি
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনস্থ ৪৫ বিঘা ৯ লেচা ভূমিত ৰে’লৱেৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিবলৈ অনুমোদন জনোৱা হৈছে। এই ভূমিখিনিৰ পৰিৱৰ্তে ৰে’লৱেয়ে জালুকবাৰীত অসম
বাৰ অনুসাৰে-এই বস্তুৰ সেৱন কৰিব নালাগে।নহলে গ্ৰহ দোষৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়। *জ্যোতীষ শাস্ত্ৰ অনুসাৰে-গ্ৰহ,নক্ষত্ৰ,বাৰ আৰু তিথি আদিয়ে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়।এনেতে জ্যোতীষ শাস্ত্ৰ মতে-সপ্তাহৰ ৭টা দিনত-এই বস্তুসমূহৰ সেৱন কৰাটো শুভ মনা নহয়। *বাৰ,তিথি,গ্ৰহ,নক্ষত্ৰ,এই সকলোবোৰে ব্যক্তিৰ জীৱনত বহুত প্ৰভাৱ পেলায়।সেইবাবে গ্ৰহক অনুকূল ভাৱে ৰাখিবলৈ জ্যোতীষ শাস্ত্ৰত বহু উপায়ৰ কথা
আপোনাৰ শিশুটো সদায়-মবাইলত সদায় আঠা লগা দি লাগি থাকে নেকি? আজিকালি শিশুৱে-পাছত খোজ কাঢ়িবলৈ শিকে আৰু প্ৰথমে ফোন লবলৈ শিকে।শিশুৱে কম বয়সতে-ফোনত কেনেকৈ-গান বজাব লাগে,কেনেকৈ ভিডিঅ দিব লাগে-মানুহৰ নাচি গান-গোৱা ৰিলবোৰ কত চাব লাগে-সেই কথা খুব ভালকৈ জানে।প্ৰথমে এনে লাগে যেন-আমাৰ শিশুৱে কম বয়সতে-প্ৰযুক্তিৰ ক্ষেত্ৰত এক-সুদৃঢ় দখল কৰিছে।কিন্তু অসুবিধাবোৰ আৰম্ভ
শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়। যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি জানিব লাগে যে- পানীৰ