মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেৰ সাফল্য….

মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেৰ সাফল্য….

নতুন দিল্লীত inspire group ৰ উদ্যোগত আয়োজিত দেশ বিদেশৰ প্রায় অৰ্ধশতাধিক মডেলৰ অংশগ্রহণৰে অনুষ্ঠিত ফেশ্বন শ্ব প্ৰতিযোগিতাত অসমৰ পৰা ৯ গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰি তিনিটা শাখাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেও সাফল্য লাভ কৰিবলৈ সক্ষম হয়। মঙলদৈ কৰিমচ’কৰ প্রিয়ম ৱাৰিছাই কিডছ winner খিতাপ অৰ্জন কৰিছে

স্পোৰ্টছ একাডেমী অফ শুৱালকুছিৰ ৩য় বৰ্ষপূৰ্তি আৰম্ভ

স্পোৰ্টছ একাডেমী অফ শুৱালকুছিৰ ৩য় বৰ্ষপূৰ্তি আৰম্ভ

◼️’আহা আমি খেলো’ শীৰ্ষক মত-বিনিময় অনুষ্ঠান শুৱালকুছি ৭মে ২০২৩:-গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে কামৰূপ জিলাৰ শুৱালকুছিত ২০২১ বৰ্ষত গঢ় লৈ উঠা স্পোৰ্টছ একাডেমী অফ শুৱালকুছিয়ে ৩য় বৰ্ষপূৰ্তিৰ কাৰ্যসূচী মত বিনিময় অনুষ্ঠানেৰে শুভাৰম্ভ কৰে।৩য় বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে একাডেমীখনৰ উদ্যোগত আৰু ডাটামেশ্বনৰ সহযোগত শুৱালকুছিৰ শ্ৰীমন্ত শংকৰ নাটঘৰত দিনযোৰা কাৰ্যসূচীৰে‘আহা আমি খেলো’ শীৰ্ষক মত-বিনিময়

পৃথিৱীৰ আটাইতকৈ দামী আইচক্ৰীমটো, যাক ধনী মানুহেও খোৱাৰ আগতে এশবাৰ ভাবিব!

পৃথিৱীৰ আটাইতকৈ দামী আইচক্ৰীমটো, যাক ধনী মানুহেও খোৱাৰ আগতে এশবাৰ ভাবিব!

সকলোৱে গৰমৰ দিনত আইচক্ৰীম খাই ভাল পায়। বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ আইচক্ৰীমৰ বিক্ৰী আৰম্ভ হৈছে। গুণগত মান অনুসৰি ইহঁতৰ দামো ভিন্ন হয়। কিছুমান আইচক্ৰীম ৫, ১০ টকাৰ বিপৰীতে কিছুমান ৫০০ বা আনকি ১০০০ পৰ্যন্ত। সকলোৱে নিজৰ মৰ্যাদা অনুসৰি নিজৰ পছন্দৰ আইচক্ৰীম কিনি খায়। কিন্তু পৃথিৱীত এনেকুৱা এক আইচক্ৰীম আছে, যি

এই ফুলে আপোনাৰ বহুতো গুৰুতৰ ৰোগ নিৰাময় কৰিব পাৰে; ইয়াক খোৱাৰ ৫ টা উপকাৰ জানি লও আহক…

এই ফুলে আপোনাৰ বহুতো গুৰুতৰ ৰোগ নিৰাময় কৰিব পাৰে; ইয়াক খোৱাৰ ৫ টা উপকাৰ জানি লও আহক…

কুমলীয়া ৰঙালাও এটা ছুপাৰফুড যাৰ বহুতো উপকাৰ আছে। কিন্তু আপুনি জানেনে যে কুমলীয়া ৰঙালাওৰ লগতে ইয়াৰ হালধীয়া আৰু ধুনীয়া ফুলবোৰো বহু গুণসম্পন্ন। এই ফুলটো খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয়। এই ফুলৰ পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ গ’লে কুমলীয়া ফুলত কেলচিয়াম,ফছফৰাছ,ভিটামিন, খনিজ পদাৰ্থ পৰ্যাপ্ত পৰিমাণে পোৱা যায় আৰু এইদৰে এই ফুলে আমাক

যোৰহাটৰ অশ্লীল ভিডিঅ’ত অভিযুক্ত দুই ছাত্রক আটক আৰক্ষীৰ

যোৰহাটৰ অশ্লীল ভিডিঅ’ত অভিযুক্ত দুই ছাত্রক আটক আৰক্ষীৰ

যোৰহাটৰ তিনিখনকৈ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রী অশ্লীল ভিডিঅ’ নির্মাণত জড়িত হোৱাৰ খবৰে যোৰহাটবাসীক লজ্জিত কৰিছে৷ অকল ইমানেই নহয়, ভিডিঅ’ নির্মাণ কৰি বিভিন্ন পর্ন ছাইটত আপলোড কৰে এই বিপথগামী যুৱক–যুৱতীসকলে৷ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে নগৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্রী আৰু আন দুখন মহাবিদ্যালয়ৰ দুজন ছাত্রক গ্রেপ্তাৰ কৰিছে৷ এই সমগ্র ঘটনা পোহৰলৈ আহে এজন