চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত প্ৰাক্তন সাংবাদিক তথা কলেজৰ অধ্যক্ষ। চিলাপথাৰ-লিকাবালি পথত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী জাইল’ বাহনে মহতিয়াই নিলে চুপাৰ স্পেলণ্ডাৰ বাইকক। গাড়ীখনৰ নম্বৰ হ’ল এএচ ০১ বিকে ৪৭৫০, আনহাতে বাইকখনৰ নম্বৰ হ’ল এএচ ২২ ডি ৬৫৩৭। চিলাপথাৰ নগৰৰ ৰে’ল গেটৰ সমীপৰ হনুমান
ধন সম্পদ, ঐশ্বৰ্য্য বিভূতি আদিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী। লক্ষ্মীক বৈকুণ্ঠত বিষ্ণুৰ সান্নিধ্যত মহালক্ষ্মী, ৰজাৰ গৃহত ৰাজ লক্ষ্মী, স্বৰ্গত স্বৰ্গপক্ষী, আৰু গৃহসকলৰ গৃহত গৃহ লক্ষ্মী হিচাপে পূজিত হৈ আহিছে। এই অধিষ্ঠাত্ৰী দেৱী গৰাকী স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ ৰাজ্যত আছিল।(Religious Studies ) পৃথিৱীলৈ তেওঁ কেনেকৈ আহিল তাৰ কাহিনী এভাগি পোৱা যায়। ইতিহাস পুৰাণৰ
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰচ। ২নৱেম্বৰত উদযাপন হব ধনতেৰচ আৰু তাৰ দুদিনৰ পাছত সমগ্র দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দিপাৱলী। ( Religious Studies ) ধনতেৰচৰ দিনটো ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰচৰ নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই
মাজুলীত কি কাণ্ড কৰিলে কৰিশ্মা নাথে? নাগাৰা নামৰ শিল্পীৰ কাৰ্যক লৈ তীব্ৰ বিতৰ্ক মাজুলীত পুনৰ বিতৰ্কত সোমাল কৰিশ্মা নাথ। সোণাৰিআটী নৱজ্যোতি কৃষ্টি সংঘত অনুষ্ঠিত সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক মাজুলী অধিৱেশনত নিশা নাগাৰা নাম পৰিৱেশনথলীত ঘটিল অথন্তৰ। আন এক গুৰুতৰ অভিযোগ যে নাম পৰিৱেশনৰ মাজতে ভৰিৰে আঁতৰাই অসমৰ
বজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয় নেকি? মহানগৰীত চলাইছে পৰীক্ষা ভয়ংকৰ৷ বজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি। ৰাসায়নিক দ্ৰব্য মিহলি কৰা সামগ্ৰীৰ বিক্ৰী হৈছে ৰাজ্যৰ লগতে মহানগৰীৰ চুকে–কোণে। শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ে বজাৰত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ তথ্য পোহৰলৈ অনাৰ পিছতে চকু মেল খাইছে ৰাজ্যৰ খাদ্য