বগীবিল দলঙৰ পৰা লুইতত জাঁপ এজন যুৱকৰ। যুৱকজন ডিগবৈৰ অনিকৃত দত্ত গুপ্তা বুলি সন্দেহ। শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ অভিমুখে গৈ আছিল অনিকৃত। অৰুণাচলত অভিযান্ত্রিক
গুৱাহাটীৰ খাৰঘূলিত সংঘটিত হোৱা জল বিস্ফোৰণ ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কৰিলে আম আদমী পাৰ্টিয়ে। বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আজি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ
📌 পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।📌 এইবাৰ স্থান হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।📌 লাট মণ্ডল উৎপল কেম্প্ৰাই ২০০০ টকা ঘোচ লওঁতেই হাতে-লোটে ধৰিলে চি এম ভিজিলেন্সৰ দলে।
◼️খাৰঘুলিৰ জলবিস্ফোৰণত নিহত আৰু আহতৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য◼️নিহত পৰিয়ালক দিয়া হব ২ লাখ টকা◼️আহতৰ পৰিয়ালে লাভ কৰিব ১০ হাজাৰকৈ টকা
কোৱা হয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অৰ্থাৎ UPSC ৰ পৰীক্ষা বিশ্বৰ অন্যতম কঠিন পৰীক্ষা। পাছ কৰিলে তাৰ অৰ্থ হ’ল পৃথিৱীৰ যিকোনো কঠিন পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা