ভাৰতৰ এটা শিৱ মন্দিৰৰ বিষয়ে এটা বিশ্বাস আছে যে ইয়াত নন্দীৰ প্ৰতিমূৰ্তি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। জানো আহক এই ৰহস্যময় শিৱ মন্দিৰৰ আমোদজনক কাহিনী। ভাৰতৰ বহু মন্দিৰ ৰহস্যৰে ভৰা। ইয়াৰে এটা হৈছে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত অৱস্থিত শ্ৰী যগন্তী উমা মহেশ্বৰ মন্দিৰ। পঞ্চদশ শতিকাত সংগম বংশৰ ৰজা হৰিহৰ বুক্কাই নিৰ্মাণ কৰিছিল
নিউজ ব্যুৰ’,নগাঁও,২মে’:-মৰিগাঁও জিলাৰ বৰচিলা নিবাসী বিশিষ্ট কবি তথা সমাজ সংগঠক ৰমেশ বৰদলৈক চলিত বৰ্ষৰ অসম সুৰভি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । অসম কলা কৃষ্টি পৰিষদৰ সভাপতি ৰাজীৱ আহমেদ আৰু সম্পাদক বৰষা কাশ্যপে এক বিজ্ঞপ্তিযোগে জনাইছে যে অসম কলা কৃষ্টি পৰিষদে বিগত বছৰসমূহৰ দৰে চলিত অসম সুৰভি বঁটা প্ৰদানৰ কাৰণে
অইল ইণ্ডিয়া লিমিটেড পাইপলাইন চাৰ্ভিচেছে সাক্ষম ২০২৩ চক্ৰ দিৱসৰ অংশ হিচাপে ২০২৩ চনৰ ৩০ এপ্ৰিলত গুৱাহাটী, নগাঁও আৰু তেজপুৰত সাক্ষম লেটছ ৰাইড চাইকেল চাইকেলথন আয়োজন কৰে। সমগ্ৰ ভাৰতৰ ৩০০ৰো অধিক চহৰত এনে চাইক্লথনৰ আয়োজন কৰা হৈছিল। গুৱাহাটীত প্ৰায় ৪০০ চাইকেল আৰোহীয়ে, সমগ্ৰ চহৰৰ পৰা আহি, এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাস্থলী
Assam tourism minister Jayanta Mallabaruah on Monday flagged off FlyBig flight services from Guwahati to Dibrugarh with 64 passengers onboard from Lokapriya Gopinath Borodoloi International Airport in Guwahati. FlyBig flight services will be operated between Guwahati-Dibrugarh-Guwahati and Guwahati-Silchar-Guwahati under an agreement with the Assam government. In a further push to