অসমৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে সাতোৰবিদ এলভিছ আলী হাজৰিকাই।

অসমৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে সাতোৰবিদ এলভিছ আলী হাজৰিকাই। ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰত ৰাতিপুৱা ৫বজাৰ পৰা আবেলি ৫বজালৈ একেৰাহে ১২ঘন্টা সাঁতুৰি অসম বুক অৱ ৰেকৰ্ডছত তেওঁ নিজৰ নাম অন্তৰ্ভুক্ত কৰে; কিন্তু ইয়াৰ আগতে কোনে কৰিছিল এই ৰেকৰ্ডছ আপুনি জানে নে?

শৰাইঘাটৰ দলঙৰ পৰা আত্মহত্যা কৰিবলৈ ওলোৱা যুৱকক বচোৱা আৰক্ষী লংকেশ্বৰ কলিতাক ১০হাজাৰ টকাৰ পুৰস্কাৰ আৰক্ষী আয়ুক্তৰ।