নগাঁৱৰ চামগুৰিৰ শিঙিয়াত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ গ্ৰন্থ “ৰোমন্থন “ উন্মোচন

নগাঁৱৰ চামগুৰিৰ শিঙিয়াত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ গ্ৰন্থ “ৰোমন্থন “ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :- নগাঁও জিলাৰ চামগুৰিৰ শিঙিয়া কেকুৰাচুক গাৱঁৰ নিবাসী তথা বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ বাসভৱনত কালি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ “ৰোমন্থন “ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে কবি-সাহিত্যিক- সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মাই ৷ ভাষণ প্ৰসংগত শৰ্মাই কয় যে

আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতকৈ ধনী সকলেহে অধিক সন্মান পোৱা দেখা যায়

আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতকৈ ধনী সকলেহে অধিক সন্মান পোৱা দেখা যায়

প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনক ২০২৪বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন” বঁটা প্ৰদান নিউজ ব্যুৰ’,নগাঁও,২১অক্টোবৰ :–নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০২৪ বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন’ বঁটা প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ প্ৰসিদ্ধ অভিনেতা তথা অসম গৌৰৱ আদিল হুছেইনক। মহাবিদ্যালয়খনৰ মূল প্ৰেক্ষাগৃহত সোমবাৰে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰসিদ্ধ অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰা