দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

দীপক কলিতাৰ “সেউজীয়া সপোন এটাৰ পাছে পাছে” গ্ৰন্থলৈ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– অসমীয়া শিশু গ্ৰন্থৰ জন্ম আৰু চৰ্চাৰ ক্ষেত্ৰখন দুৰ্বল বুলি সততে প্ৰচাৰ চলি থকাৰ মাজতো প্ৰতিবছৰে প্ৰকাশ পোৱা বহু কেইখন শিশু উপযোগী গ্ৰন্থই শিশুৰ লগতে সাধাৰণ পাঠকৰ মন মগজুত চিন্তাৰ নতুন চেতনা জন্মাবলৈ সক্ষম হৈ আহিছে। ২০২৩বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ পোৱা শিশু সাহিত্যিক দীপক কুমাৰ কলিতাৰ “সেউজীয়া সপোন

নগাঁৱত প্ৰথমবাৰৰ বাবে সংস্কৃতত “অভিজ্ঞান শকুন্তলম্” মঞ্চস্থ

নগাঁৱত প্ৰথমবাৰৰ বাবে সংস্কৃতত “অভিজ্ঞান শকুন্তলম্” মঞ্চস্থ

অমৃততকৈ মিঠা সংস্কৃত ভাষা= গিৰীন্দ্ৰ কুমাৰ বৰুৱা নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– মধ্য অসমৰ আগশাৰীৰ চহৰ নগাঁৱত দেৱ ভাষা সংস্কৃতত “অভিজ্ঞান শকুন্তলম” নাটকখনি পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ দ্বাৰা সংস্কৃত ভাষাত পূৰ্ণাঙ্গ ৰূপত অভিনীত হ’ল। “অভিজ্ঞান শকুন্তলম” সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰিছে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই।

নগাঁৱৰ চামগুৰিৰ শিঙিয়াত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ গ্ৰন্থ “ৰোমন্থন “ উন্মোচন

নগাঁৱৰ চামগুৰিৰ শিঙিয়াত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ গ্ৰন্থ “ৰোমন্থন “ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :- নগাঁও জিলাৰ চামগুৰিৰ শিঙিয়া কেকুৰাচুক গাৱঁৰ নিবাসী তথা বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ বাসভৱনত কালি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ “ৰোমন্থন “ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে কবি-সাহিত্যিক- সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মাই ৷ ভাষণ প্ৰসংগত শৰ্মাই কয় যে