ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “দীনদয়াল উপাধ্যায় পঞ্চায়ত চত্ৰত বিকাশ পুৰস্কাৰ” লাভ নগাঁও সদৰ সমষ্টিৰ ভকতগাঁও গাঁও পঞ্চায়তৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “দীনদয়াল উপাধ্যায় পঞ্চায়ত চত্ৰত বিকাশ পুৰস্কাৰ” লাভ নগাঁও সদৰ সমষ্টিৰ ভকতগাঁও গাঁও পঞ্চায়তৰ।

শাৰীৰিক ভাবে সক্ষম ব্যক্তি আৰু শিশু সকলৰ লগতে সামাজিক ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে এই বঁটা লাভ পঞ্চায়তৰ। আজি নতুন দিল্লীত মহামহিম ৰাষ্ট্ৰপতিৰ হৈ গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰী গিৰাৰাজ সিঙে পঞ্চায়তটোয়ে লাভ কৰা সফলতাৰ বাবে প্ৰদান কৰে এই বঁটা। এই বঁটা পঞ্চায়তৰ হৈ গ্ৰহণ কৰে ভকতগাঁও

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। সৰবৰাহকাৰীজন হৈছে ৰঙিয়া বালাগাঁৱৰ কামৰুল জামান। মাৰাত্মক হেৰ’ইনসহ কামৰুল জামানক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান। ধৃত কামৰুল জামানৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই ১১ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে কামৰূল জামানক। ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা। বৰ্তমান ৰঙিয়া

ভাৰতৰ এই মছজিদসমূহ আচৰিত সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰে; চাও আহক কি কি

ভাৰতৰ এই মছজিদসমূহ আচৰিত সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰে; চাও আহক কি কি

পবিত্ৰ ৰমজান মাহটো ঈশ্বৰৰ পূজাৰ সময়। আজিকালি মুছলমান সমাজৰ মানুহে গোটেই মাহটো ৰোজা ৰাখি পাঁচবাৰ নামাজ আদায় কৰে। মাহৰ শেষৰ দিনটোত চন্দ্ৰ দেখা পোৱাৰ দিনা মীথি ঈদ পালন কৰা হয়। ইছলামৰ আটাইতকৈ ডাঙৰ আৰু বিশেষ উৎসৱ ঈদ। এই কথাত মানুহবোৰ বৰ উৎফুল্লিত। যদি আপুনি ৰমজান মাহত ফুৰিবলৈ ওলাই যোৱাৰ কথা

এই ৬টা লক্ষণৰ পৰা লগে লগে জানি লওক আপোনাৰ স্তন কেন্সাৰ হৈছে নেকি…

এই ৬টা লক্ষণৰ পৰা লগে লগে জানি লওক আপোনাৰ স্তন কেন্সাৰ হৈছে নেকি…

প্ৰতিটো ৰোগতে কিছুমান বা আন কিছুমান লক্ষণ দেখা যায়, যিবোৰে শৰীৰত এই ৰোগ ফুলিবলৈ আৰম্ভ কৰাৰ ইংগিত দিয়ে। কিন্তু আমি এই লক্ষণবোৰক দৈনন্দিন সৰু সৰু সমস্যা বুলি গণ্য কৰি প্ৰায়ে আওকাণ কৰোঁ। আন ৰোগৰ দৰে স্তন কেন্সাৰৰ বহু লক্ষণো শৰীৰত দেখা যায়, যিবোৰক আওকাণ কৰিলে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।

জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ দেহাৱসান, সাংবাদিকতাৰ লগতে জড়িত আছিল সমাজ সেৱাতো

জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ দেহাৱসান, সাংবাদিকতাৰ লগতে জড়িত আছিল সমাজ সেৱাতো

৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জ্যেষ্ঠ সাংবাদিক পি পি সিঙে। হৃদৰোগৰ বাবে দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মীগৰাকীয়ে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী হৃদৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকতাৰ ক্ষেত্ৰখনত ৩০ বছৰতকৈও অধিক সময় ধৰি কাম কৰিছিল পি পি সিঙে। ত্ৰিপুৰাত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে