ৰাজ্যত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। বি টি আৰৰ অন্তৰ্গত ওদালগুৰিত আৰক্ষীৰ অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই বিষয়ে অৱগত কৰিছে। জি সি সিঙৰ টুইট অনুসৰি জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীদাঙাৰ অৰণ্যৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই অস্ত্ৰ
কোকৰাঝাৰ আৰু কচুগাওঁ আৰক্ষীয়ে মঙলবাৰে মিনিষ্টাৰ কলনিৰ পৰা এজন কেএলঅ’ ( কে এন)ৰ লিংকমেন আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন কেএলঅ’ সদস্যজনক ধুবুৰী জিলাৰ গোলোকগঞ্জৰ মাৰাকুৰা গাঁবৰ শান্তনু ৰায় বুলি জানিব পৰা গৈছে। কেএলঅ’ৰ লিংকমেন শান্তনু ৰায়ক গুৱাহাটীৰ মিনিষ্টাৰ কলনীৰ পৰা আটক কৰাৰ পিছত আজি কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱা
চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত প্ৰাক্তন সাংবাদিক তথা কলেজৰ অধ্যক্ষ। চিলাপথাৰ-লিকাবালি পথত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী জাইল’ বাহনে মহতিয়াই নিলে চুপাৰ স্পেলণ্ডাৰ বাইকক। গাড়ীখনৰ নম্বৰ হ’ল এএচ ০১ বিকে ৪৭৫০, আনহাতে বাইকখনৰ নম্বৰ হ’ল এএচ ২২ ডি ৬৫৩৭। চিলাপথাৰ নগৰৰ ৰে’ল গেটৰ সমীপৰ হনুমান
ধন সম্পদ, ঐশ্বৰ্য্য বিভূতি আদিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী। লক্ষ্মীক বৈকুণ্ঠত বিষ্ণুৰ সান্নিধ্যত মহালক্ষ্মী, ৰজাৰ গৃহত ৰাজ লক্ষ্মী, স্বৰ্গত স্বৰ্গপক্ষী, আৰু গৃহসকলৰ গৃহত গৃহ লক্ষ্মী হিচাপে পূজিত হৈ আহিছে। এই অধিষ্ঠাত্ৰী দেৱী গৰাকী স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ ৰাজ্যত আছিল।(Religious Studies ) পৃথিৱীলৈ তেওঁ কেনেকৈ আহিল তাৰ কাহিনী এভাগি পোৱা যায়। ইতিহাস পুৰাণৰ
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰচ। ২নৱেম্বৰত উদযাপন হব ধনতেৰচ আৰু তাৰ দুদিনৰ পাছত সমগ্র দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দিপাৱলী। ( Religious Studies ) ধনতেৰচৰ দিনটো ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰচৰ নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই