টীয়কৰ প্ৰতিবেদক ১১ এপ্রিল/২৩ অসমীয়া নৱবৰ্ষক আদৰণি জনাবলৈ পূব যোৰহাটৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিত কোষ আৰু শিক্ষক গোটৰ উদ্যোগত তথা যোৰহাট জিলা সাংবাদিক সন্থা,কাকজান ব্যৱসায়ী সন্থা আৰু কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ সহযোগত দুদিনীয়াকৈ কাকজান মহাবিদ্যালয়ৰ বাকৰিত বসন্ত উৎসৱ-২০২৩ শীৰ্ষক এক অনুষ্ঠানৰ
নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–বিশিষ্ট সাহত্যিক, শিক্ষাবিদ,অভিনেতা ফনীন্দ্ৰ নাথ গায়নৰ ৮৫ সংখ্যক ওপজা দিনটি মংগলবাৰে উলহ মালহেৰে পুৰণিগুদাম কবি সন্মিলন আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত উদযাপিত হয় । বিয়লি ২ বজাৰ পৰা আয়োজিত কবিৰ মহাসভাত “অবিৰত কবিতা পাঠ” শীৰ্ষক মননশীল অনুষ্ঠানৰ আঁত ধৰে ড° চন্দনা ডেকাই । এই সভাতেই বিশিষ্ট
আম সম্ভৱতঃ গ্ৰীষ্মকালৰ সৰ্বশ্ৰেষ্ঠ বস্তু। আৰু কোনে খাবলৈ ভাল নাপায় ? এই সময়ত, বিভিন্ন প্ৰকাৰৰ কেঁচা-পকা আমৰ খাদ্য প্লেট ৰঙীন হৈ পৰে। কোৱা হয় যে আম খোৱাৰ ফলত ওজন বা ডায়েবেটিচ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে, আনকি শৰীৰৰ তাপ প্ৰভাৱিত হয়। সেয়েহে, বুজাবুজিৰে আম খাবলৈ পৰামৰ্শ দিয়া হয়। কেতিয়াবা ফলৰ ৰজাক
গোসাঁইগাঁও: ১০ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উকীল সন্থাই ৫ আৰু ১০ এপ্ৰিলত দুদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূযীৰে উদযাপন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী । গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সহোযোগত আয়োজিত দ্বিতীয় দিনাৰ মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচীত আজি এক আইনী সজাগতা সমদল উলিওৱা হয় । গোসাঁইগাঁও উকীল সন্থাৰ কাৰ্য্যালয় চৌহদৰ পৰা উলিওৱা
মদ্যপান বা সুৰাপান (alcohol) কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তথাপিও পৰিমিতভাৱে সেৱন কৰিলে ইয়াক নিৰাপদ বুলি বহুতে গণ্য কৰে। কিন্তু সত্যটো হ’ল যে মদ্যপান আমাৰ হৃদয় (heart)ৰ বাবে পূৰ্বতে ভবাতকৈ অধিক বিপদজনক বুলি দাবী কৰিছে এক নতুন অধ্যয়নে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইউৰোপীয় সংঘত সুৰাৰ সেৱন অতি বেছি। দীৰ্ঘদিন মদ্যপান কৰাটো