নগাঁৱৰ “সূত্ৰধাৰ”ৰ উদ্যোগত মনোমোহা দৃষ্টিনন্দন নৃত্য-অংগ সঞ্চালনৰ সন্ধ্যা,বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা-গ্ৰন্থ উন্মোচন

নগাঁৱৰ “সূত্ৰধাৰ”ৰ উদ্যোগত মনোমোহা দৃষ্টিনন্দন নৃত্য-অংগ সঞ্চালনৰ সন্ধ্যা,বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা-গ্ৰন্থ উন্মোচন

    নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–নগাঁৱৰ অন্যতম পৰিবেশ্য কলাৰ প্ৰতিষ্ঠান সূত্ৰধাৰে এদিনীয়া কাৰ্য্যসূচীৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহ’ ত অনুষ্ঠিত কৰিলে এটি মনোমোহা দৃষ্টিনন্দন নৃত্য আৰু অংগ সঞ্চালনৰ সন্ধ্যা ৷ উক্ত সন্ধিয়াৰ বিষয়বস্তু হ’ল– মন ভৌতিক অংগ সঞ্চালন (Psychophysical movement and dance)। এই সন্ধিয়াটিত লগন উকলি গ’ল, জোনাকী বাটেৰে,ৰাৱন,এন্টি ড্ৰাগ, অৱতাৰ আৰু