ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ বাকৰিত আৰম্ভ হোৱা মেলা খনত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা সকলে অংশগ্ৰহণ কৰিছে । মেলাখন শুভ উদ্বোধন কৰে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মণে । অসম ৰাজ‍্যিক জীৱিকা অভিযান ৰঙিয়া উন্নয়ন খণ্ডৰ সৌজন‍্যত আয়োজন কৰা মেলা খনত মহিলা সকলে আনিছে নিজ হাতে ঘৰতে উৎপাদন কৰা বিভিন্ন