28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

ৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

Assamese Newsৰঙিয়াত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহাগী মেলা ।

ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ বাকৰিত আৰম্ভ হোৱা মেলা খনত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা সকলে অংশগ্ৰহণ কৰিছে । মেলাখন শুভ উদ্বোধন কৰে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মণে । অসম ৰাজ‍্যিক জীৱিকা অভিযান ৰঙিয়া উন্নয়ন খণ্ডৰ সৌজন‍্যত আয়োজন কৰা মেলা খনত মহিলা সকলে আনিছে নিজ হাতে ঘৰতে উৎপাদন কৰা বিভিন্ন সামগ্ৰী । মহিলা সকলে পৰিচালনা কৰা বহাগী মেলাখনত চুঙা পিঠা, লাড়ু, চিৰা, দৈ,সান্দহ গুড়ি, কুহিয়াৰৰ দান মিঠৈ , মাঠাতেলকে আদি কি বিভিন্ন ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ উপলব্ধ হৈছে । লগতে মহিলা সকলে হাতে বোৱা গামোচা , মেখেলা চাদৰকে আদি কৰি বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলিছেহি মেলাখনত । মেলাখন মুকলি হোৱাৰ পিছতে গ্ৰাহকে কৰিছে ভিৰ ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!