ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ

ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ

DNA পৰীক্ষাৰ অন্তত ছিনৱাৰৰ মৃত্যু হোৱা বুলি দাবী IDFৰ৷ উল্লেখ্য যে, ইজৰাইলৰ আক্ৰমণত ৩মাহত ৩জনকৈ হামাছৰ মুৰব্বীৰ মৃত্যু৷ যোৱা আগষ্ট মাহত হামাছৰ মুৰব্বী হিচাবে ঘোষণা কৰা হৈছিল য়াহয়া ছিনৱাৰক৷ ইজৰাইলত চলোৱা সন্ত্ৰাসবাদী আক্ৰ*মণৰ মাষ্টাৰ মাইণ্ড আছিল ছিনৱাৰ৷

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে

ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে। আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে চিবিআইৰ এটা দল। উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআয়ে। চুমি-বিশাল