বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী। পুৱাই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই। কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী। EDৰ জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই। নিশাটো গুৱাহাটীৰ হোটেল ৰেডিছন
Last night, the Mumbai Traffic Police received a chilling death threat allegedly from the Lawrence Bishnoi gang, demanding ₹5 crore to resolve ongoing conflicts involving Bollywood actor Salman Khan. Preliminary reports indicate that a message was sent via WhatsApp to the Traffic Division, claiming to represent the Lawrence Bishnoi gang.
বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় ৮ ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বলিউদৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ইয়াৰে অধিক সংখ্যক অভিনেতা অভিনেত্ৰীক মুম্বাইতে ইডিয়ে তদন্তৰ জেৰা কৰিছে যদিও
কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশ যোগে ৯ জন ভিআইপিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰিছে ৷ অৱশ্যে এতিয়াৰ পৰা তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বৰ নিয়োজিত হ’ব চি আৰ পি এফক ৷ এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰা বিশিষ্ট ৰাজনীতিক ৯ গৰাকৈ হ’ল : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ
ডিমা হাছাও জিলাত ৰে’ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে’ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ৰে’লখনৰ ইঞ্জিনসহ দুটাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰে । এতিয়ালৈকে কোনো যাত্ৰী নিহত বা আহত