তেল দিপুত তেলৰ সলনি ওলাইছে পানী। চাবুৱাৰ ডিকম বাইপাছত পেট্ৰল পাম্পত সংঘটিত হৈছে এনে আজৱ ঘটনা । যাৰ ফলত বাহন এখনৰ পিছত সিখনকৈ বিকল হৈ পৰে। এই ঘটনা সংগঠিত হৈছে চাবুৱাৰ ডিকম বাইপাছ নয়নাৰ পেট্ৰল ডিপুত । এনে ঘটনাৰ পিছতেই সকলো ৰাইজৰ পেট্ৰল পাম্পটোকলৈ সন্দহ উপজে । ৰাইজে এই সন্দৰ্ভত
আইপিএফপি ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন বাংলাদেশৰ সৈতে সংযোগ বৃদ্ধিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি ভাৰ্চুৱেলী যুটীয়াভাৱে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন(আইপিএফপি) উদ্বোধন কৰে৷ ২০১৮ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰী এই পাইপলাইৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ তিনিটা প্ৰতিষ্ঠিত স্থান- ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভ্ৰমণ কৰা অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেট সহকৰ্মীসকলক প্ৰশংসা কৰে। ৰাজ্যপালৰ টুইটৰ উত্তৰত শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে: “অসমৰ ৰাজ্যপাল @Gulab_kataria জী, মুখ্যমন্ত্ৰী
ভাৰত আৰু ভূটানৰ বাবে নিয়োজিত জাৰ্মান দূতাবাসত ‘নাটু নাটু’ গীতটিয়ে অস্কাৰত লাভ কৰা সাফল্য উদযাপন কৰা প্ৰসংগত ৰাষ্ট্ৰদূত ড০ ফিলিপ একাৰমেনে ‘শ্বেয়াৰ’ কৰা এটি ভিডিঅ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টিত তেওঁ আৰু দূতাবাসৰ সদস্যসকলৰ উদযাপনৰ মুহূৰ্ত সন্নিৱিষ্ট কৰা হৈছে। ভিডিঅ’টো পুৰণি দিল্লীত দৃশ্যগ্ৰহণ কৰা হৈছিল। ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত ভাৰতত
Guwahati: The Congress party in Assam is positive of making a comeback in the 2024 Lok Sabha Polls. Assam Pradesh Congress Committee President, Bhupen Bora talking to local media channel said that they are targeting all the 14 Lok Sabha seats in Assam. “We are targeting 14 seats and the