গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত হোৱা শিশু দুটা উদ্ধাৰ। বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা। জিলাখনৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে। সুধীৰ কুমাৰ ওৰফে চাজন, ৰাহুল আৰু আন এক সহযোগীয়ে অপহৰণ কৰিছিল শিশুটিক।ঘৰৰ সন্মুখৰ পৰা ফুচুলাই গাড়ীত লৈ গৈছিল শিশু দুটিক। শিশু দুটিৰ মাতৃৰ
ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত। ২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভূগোলৰ পৰীক্ষাৰ পূৰ্বে এইদৰে পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰি
চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা শিক্ষা বিভাগৰ বিৰুদ্ধে শ্মশান যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী
মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তেতেলীয়াৰ পৰা দুই শিশু অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ঘৰৰ চোতালত খেলি থকা সময়তে শিশু দুটিক অপহৰণকাৰীয়ে লৈ উধাও হয় ৷ এখন মাৰুতি ৱাগেনাৰ গাড়ীত আহিছিল অপহৰণকাৰী ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত শিশু
সম্প্রতি আত্মপ্রকাশ কৰিয়ে আলোড়ন সৃষ্টি কৰিছিল নতুন চেটবট চেটজিপিটিয়ে। এইবাৰ চেটজিপিটিক প্ৰত্যাহ্বান জনাবলৈ সাজু হ’ল অধিক উন্নত জিপিটি-৪। অপেনএআই ৰিছাৰ্চ কোম্পানীয়ে চেটজিপিটি তৈয়াৰ কৰিছিল আৰু একেটা প্রতিষ্ঠানে জিপিটি-৪ উদ্ভাৱন কৰিলে। কোম্পানীটোৱে জনোৱা অনুসৰি, কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিক অধিক উন্নত আৰু নিখুঁতভাৱে প্ৰয়োগ কৰি বিভিন্ন কাম-কাজ অতি কম সময়ৰ ভিতৰত সমাধা কৰিবলৈ সক্ষম জিপিটি-৪। এই