চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই । প্ৰায় তিনি শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট নগৰৰ মাজেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ বিজেপি

মুক্তভাৱে হাঁহিলেই দূৰ হয় চকুৰ সমস্যা

মুক্তভাৱে হাঁহিলেই দূৰ হয় চকুৰ সমস্যা

দৃষ্টিশক্তি উন্নত কৰিবলৈ বিচাৰে যদি যিমান পাৰে সিমান হাঁহিবলৈ আৰম্ভ কৰক। এয়া পিছে আমি কোৱা কথা নহয়। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে এই কথা। হয়, গৱেষণাটোত প্ৰমাণ হৈছে যে হাঁহিলে চকুৰ শুষ্কতা হ্ৰাস হয়। এই অধ্যয়নটোৱে প্ৰমাণ কৰে যে হাঁহিয়ে কেৱল মনকে সুখ প্ৰদান নকৰে, ই চকুৰো এক কাৰ্যকৰী আৰু

ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ

ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ

➡️ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ ৷ ➡️হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ বিৰুদ্ধে গোচৰ ৰজু তৰিছিল APWয়ে ৷ ➡️ হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ এটা সম্প্ৰচাৰত অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগ APW ৰ ৷ ➡️হিমাশ্ৰীয়ে বিগত সপ্তাহ অনলাইন ট্ৰেডিং গোচৰত হাজিৰ হৈছিল ডিব্ৰুগড় থানাত ৷ ➡️ থানাত হাজিৰ হ’বলৈ নটিছ জাৰি কৰিছিল চি

নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

সৌন্দৰ্য ম্লান কৰাত মুখত থকা ক’লা দাগে কি ভূমিকা গ্ৰহণ কৰে, তাক হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।সকলোয়ে, বিশেষকৈ মহিলাসকলে এনে দাগৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। কিন্তু কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।হয়,

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা। নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ’ব বঁটা। সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।