শনিবাৰে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমযোগে কয়, ‘টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।’ ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ
বৰ্তমানৰ বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সমাধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আহ্বান জনায় নেমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে।এক প্ৰেছ বিজ্ঞপ্তিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু‘ৰ
বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালে এডভান্টেজ আছাম ২.০ ত উপস্থিত থাকি অসমৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ প্ৰগতিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে । অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমত
ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীৰ মহা আয়োজনত খাদ্যৰসিক অতিথিসকলে মোগল দৰবাৰ ফুড ফিষ্টৰ জৰিয়তে সোৱাদ ল’ব
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ বিশ্ববিদ্যালয় সপ্তাহ “ইউফুজিম- ২৫” অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে । সংগীত, নাটক, কলা, সাহিত্য বিভাগৰ লগতে ফটোগ্ৰাফী আৰু চিনেমা, প্ৰযুক্তি