Advertisement
প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল কেলেংকাৰীত এতিয়ালৈকে অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিছে ১৪ জনক । ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছল্ট ব্রুক একাডেমীৰ পৰা ছজনক ,তিনিচুকীয়াৰ পৰা দুজন

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক ৷  CIDৰ নিৰ্দেশত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ৷  আটকাধীন যুৱকজন ছাৰিফুল ইছলাম৷  চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট ৰ পৰা

বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা…

বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা…

আগন্তুক ৩-৪ দিনলৈ হ’ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত,শিল বৰষুণ

গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত যুৱতী-মহিলা?

গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত যুৱতী-মহিলা?

চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল বজালেও এতিয়াও যেন সুৰক্ষাৰ ফালৰ পৰা বহু পিছ পৰি আছে গুৱাহাটী মহানগৰী। কটকটীয়া নিৰাপত্তা বেষ্টনিৰে সজ্জিত মহানগৰীত এতিয়াও ৰাজপথত নিৰাপত্তাহীনতাত একাংশ মহিলা-যুৱতি। আজিৰ পৰা কেইদিন মান পূৰ্বে

পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৪০,০০০ পদত!

পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৪০,০০০ পদত!

পুনৰ ওলাব চাকৰি। অতি শীঘ্ৰই ৪০ হেজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি মঙলবাৰে বিধানসভাত ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা তেওঁ কয় যে,

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us