উত্তৰ কোৰিয়াৰ কেইবাজনো বিষয়াক মৃত্যুদণ্ড বিহিছে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ উত্তৰ কোৰিয়াত বানপানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল। য’ত প্ৰায় ৪ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ধ্বংস হৈছিল আৰু সা- সম্পত্তিৰ ক্ষতিসাধন হৈছিল। ইয়াৰ পাছতে এতিয়া দেশৰ শাসক ৰজা কিম জং-উনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
নেপালৰ কেন্দ্ৰীয় বেংক, নেপাল ৰাষ্ট্ৰ বেংকে দেশৰ সংশোধিত মানচিত্ৰৰ সৈতে নতুন বেংকনোট ছপা কৰাৰ প্ৰস্তুতি চলাইছে। সংশোধিত মানচিত্ৰখনত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে।
২০২৫ চনত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়ো ভূমিৰ দুই আঞ্চলিক দল BPF-UPPLৰ একত্ৰিকৰণ প্ৰায় চূড়ান্ত হৈছে। দুয়োটা দলে গঠন কৰিছে কমিটী। বিজেপিৰ আগ্ৰাসন। চিন্তিত হৈছে বড়ো ভূমিৰ ৰাইজ। বড়ো ভূমিত ক্ষমতা হেৰুওৱাৰ শংকা BPF-UPPLৰ। সেয়ে দুয়োটা দলৰ মাজত একত্ৰিকৰণৰ বাবে চূড়ান্ত পৰ্যায়ত চলিছে আলোচনা। BPF-UPPLৰ
স্কুলীয়া সাজত স্কুলৰ সন্মুখৰ পৰা এখন অট’ত তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অট’ চালক গৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়ে ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱক জন নগাঁও বেচামাৰীৰ ইলিয়াচ আহমেদ বুলি জানিব পৰা গৈছে টীয়কৰ বনাই অঞ্চলত পকা মিস্ত্ৰীৰ কাম কৰি আছিল আটকাধীন ইলিয়াচ আহমেদে এই
অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহুলোকক কৰিছিল প্ৰৱঞ্চনা। ডিব্ৰুগড় জীৱন ফুকন নগৰত ঘৰ ৰঞ্জিত কাকতিৰ। অধিক তথ্যৰ বাবে ৰঞ্জিত কাকতিক জেৰা চলাইছে আৰক্ষীয়ে।