ভাৰতৰ অঞ্চলক নিজৰ বুলি দাবী কৰিবলৈ নতুন বেংকনোট ছপা কৰিব নেপালে

ভাৰতৰ অঞ্চলক নিজৰ বুলি দাবী কৰিবলৈ নতুন বেংকনোট ছপা কৰিব নেপালে

নেপালৰ কেন্দ্ৰীয় বেংক, নেপাল ৰাষ্ট্ৰ বেংকে দেশৰ সংশোধিত মানচিত্ৰৰ সৈতে নতুন বেংকনোট ছপা কৰাৰ প্ৰস্তুতি চলাইছে। সংশোধিত মানচিত্ৰখনত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে।

Shahnawaz Hamza