আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দ কঢ়িয়াই আনিছে ৷ বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী
নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিস্থিত বন্ধন বেংকৰ তৰফৰ পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে ডিমৌ চাৰিআলিৰ বাসিন্দা তথা ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি
আজি সন্ধিয়া প্ৰায় ৫ – ৪০ বজাত নাজিৰাৰ ৰজাপুলত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এই দূৰ্ঘটনাত দুগৰাকী মহিলা সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় । ঘটনা মৰ্মে
কোকৰাঝাৰ জিলাৰ চাওঁতাল কলোনীৰ শ্ৰীৰামপুৰৰ অনাথ আশ্ৰমৰ পৰিচালক তথা কৃষ্ণ মিত্ৰ ছচায়টিৰ অধ্যক্ষ কৃষ্ণ মুৰ্ম্মূৱে ১৯৮৪ চনত কৃষক পৰিয়ালত জন্ম গ্ৰহন কৰে। মুৰ্ম্মূৱে আদিবাসী যুদ্ধবীৰতি সংগঠন আদিবাসী কোব্ৰা মিলিটাৰীত অৱ
টেটু যেন আজিকালি এক ফেশ্বন হৈ পৰিছে। বিশেষকৈ যুৱক–যুৱতীসকলৰ মাজত টেটু কৰাৰ প্ৰৱণতা অধিক। হাতত বা দেহৰ বিভিন্ন অংশত টেটু কৰা দেখা যায়। কিছুমানে আত্মীয় বা প্ৰিয়জনৰ নাম লিখে যদি