নিৰাপদে আছে বাংলাদেশৰ ক্ৰিকেটাৰ লিটন দাসৰ লগতে তেওঁৰ পৰিয়াল

নিৰাপদে আছে বাংলাদেশৰ ক্ৰিকেটাৰ লিটন দাসৰ লগতে তেওঁৰ পৰিয়াল

বাংলাদেশৰ অস্থিৰতাৰ মাজতে লিটন দাসৰ বাসগৃহত আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি মন্তব্য ক্ৰিকেটাৰগৰাকীৰ। সামাজিক মাধ্যমত পোষ্ট লিটন দাসৰ।

নগাঁও জিলা বিশেষ কাৰাগাৰত ”জ্ঞানজ্যোতি” নামেৰে পুথিভঁড়াল উদ্বোধন

নগাঁও জিলা বিশেষ কাৰাগাৰত ”জ্ঞানজ্যোতি” নামেৰে পুথিভঁড়াল উদ্বোধন

নিউজ ব্যুৰ’,নগাঁও,১০জুন:–পুথিভঁড়াল বিজ্ঞানৰ পিতৃস্বৰূপ ড° শিৱালী ৰামমৃত ৰঙ্গনাথনৰ ১৩২ সংখ্যক জন্মদিন পুথিভঁড়াল দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত নগাঁও জিলা বিশেষ কাৰাগাৰত ”জ্ঞানজ্যোতি” নামেৰে এটি পুথিভঁড়াল শুক্ৰবাৰে উদ্বোধন কৰা হয়। পুথিভঁৰালটো উদ্বোধন কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই পুথিভঁৰালটো উদ্বোধন কৰে।উদ্বোধনী সভাখনত জিলা অতিৰিক্ত আয়ুক্ত

লামডিঙত অবৈধভাৱে সৰবৰাহ কৰা ৩১টন লোহা জব্দ,৫জনক আটক

লামডিঙত অবৈধভাৱে সৰবৰাহ কৰা ৩১টন লোহা জব্দ,৫জনক আটক

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–লামডিঙত সক্ৰিয় হৈ পৰিছে ৰেলৱে সামগ্ৰী সৰবৰাহকাৰী চক্ৰ। শুকুৰবাৰে ৰেল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ চি আই বি দলে অভিযান চলাই লামডিঙৰ বৰলংফাৰৰ পৰা গুৱাহাটী অভিমুখে যোৱা এখন ট্ৰাকৰ পৰা ৩১টন চোৰাং লোহা জব্দ কৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে ৫জন লোকক আটক কৰিছে ৰেল সুৰক্ষা বাহিনীয়ে ।ঘটনাৰ বিৱৰণী মতে

নগাঁৱত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–কন্যা শিশুক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি উৎসাহিত কৰাৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি” শীৰ্ষক আঁচনিখন বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্তৰত আনুষ্ঠানিক মুকলি কৰে। নগাঁৱতো কালি উক্ত আঁচনিখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ