নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত এজন

নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত এজন

নলবাৰীৰ মুকালমুৱাত শনিবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নলবাৰীৰ মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত এজন ডকাইতলৈ আৰক্ষীৰ গুলীচালনা। মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত মুকালমুৱাৰ বুল্লুটপাৰৰ হামিদ আলীয়ে নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে। জানিব পৰা মতে ধৃত ডকাইত হামিদ আলীক লগত লৈ আৰক্ষীয়ে নলবাৰীৰ মুকালমুৱাৰ চকীৰঘাটত অভিযান

প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুল হুছেইন: এজনে আনজনক পিন্ধালে গামোচা…

প্ৰফুল্ল মহন্তৰ ঘৰত ৰকিবুল হুছেইন: এজনে আনজনক পিন্ধালে গামোচা…

 যিসময়ত ৰাজ্যজুৰি একাংশ বিজেপিৰ প্ৰাক্তন, বৰ্তমানৰ বিধায়কৰ উপৰিও আঞ্চলিক দল অসম গণ পৰিষদৰ একাংশ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আছে সেই সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত গৈ উপস্থিত হ’ল কংগ্ৰেছৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ইয়াৰ লগে লগে মহন্ত তনয় শ্যামন্ত কাশ্যপৰো কংগ্ৰেছত যোগদানৰ যি