ধেমাজিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

ধেমাজিত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অতি শীঘ্ৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আজি ধেমাজি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক লোক উপস্থিত থকা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত চৰকাৰ বিৰোধী শ্ল’গান দিয়ে

গুৱাহাটীত কৃষক উৎপাদকৰ সন্মিলন

গুৱাহাটীত কৃষক উৎপাদকৰ সন্মিলন

অসম চৰকাৰৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই অসম গ্ৰামীণ আন্তঃগাঁঠনি আৰু কৃষি সেৱা সমাজে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কৃষক উৎপাদক কোম্পানীসমূহৰ সন্মিলনখন মুকলি কৰে।

বিলাসীপাৰাত সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্হাৰ অৱস্হান ধৰ্মঘট

বিলাসীপাৰাত সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্হাৰ অৱস্হান ধৰ্মঘট

বিলাসীপাৰাত আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই তিনি  ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।  পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদৌ পূৱ ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ পূৱ ধুবুৰী কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ