সৰুসজাইত ৰাজ্যিক মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰুসজাইত ৰাজ্যিক মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ শুভাৰম্ভ

ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহন অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ৯০ বছৰ উৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিছে।৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ