Bollywood actor Amrita Arora recently reacted to a social media user, who body-shamed her and called her ‘Buddhi’ in the comment section of her latest post. On Wednesday, Amrita marked her presence at Karan’s Johar 50th birthday party and posted a glimpse of the same on her social media account
Sikkim on Friday became a COVID-free state after two years with the last two patients recovering, the Health Department said. Sikkim did not report any new cases with 84 samples being tested in the last 24 hours, it said. The state has reported 39,165 COVID-19 cases altogether. Of them, 37,966
লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ তিনি সন্তানৰ পিতৃ তফাজ্জুল ইছলাম নামৰ লোকজন নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র গাঁওখনতে। ঘটনাৰ বিৱৰণী মতে কৰ্মসূত্ৰে তফাজ্জুল ইছলাম নামৰ লোকজন গৈছিল হায়দৰাবাদলৈ, হায়দৰাবাদৰ ছেকেদ্দৰাবাদ প্লেটফৰ্মৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে লোকজন। লোকজন নিৰুদ্দেশ হোৱাৰ ঘটনাই শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ। ঘটনা সন্দৰ্ভত
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দ্বিতীয় পৰ্যায়ত যোৱা ২৩ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীৰ মৰিগাঁও জিলাতো বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে ৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি বিদ্যালয়সমূহৰ গুণগত মান নিৰূপণৰ হেতু আয়োজিত এই গুণোৎসৱটি মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ সৰ্বমুঠ ৮১ খন শিক্ষানুষ্ঠানত সুচাৰুৰূপে অনুষ্ঠিত হয় ৷ গুণোৎসৱ উপলক্ষে
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত অহা ২৮ আৰু ২৯মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিজ জাগীয়াল বুঢ়া নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে । উদ্যোক্তাসকলে যুগুতাই উলিওৱা কাৰ্যসূচী