Assam Chief Minister Himanta Biswa Sarma on Wednesday inaugurated six Adarsha Vidyalayas (Model School) in different tea estates of Assam’s Sonitpur district. This is the first time since Independence that Assam’s tea estates have gotten a High school. Asserting “access to education” as the government’s priority, the CM said, “14,594
অসম এথলেটিক্ছ সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথম সংখ্যক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিক্ছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অংশগ্ৰহনৰ প্ৰক্ৰিয়া উদ্যোক্তাসকলে মুকলি কৰিছে। এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি
মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। মঙ্গলবাৰে মাজ নিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ শিলিখা চাহ বাগিচাত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। চাহ বাগিচাৰ ১১ নম্বৰ লাইনত আৰক্ষী দলটোৱে অভিযান চলাই অজিত ওৰাং নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক
গুবাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ড০ ঊষাৰঞ্জন ভট্টাচাৰ্যৰ লগতে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু মাইনী মহন্তই সুপৰ্ণা লাহিৰীয়ে লিখা “লাল-সবুজেৰ ঝাৰখণ্ড, তখন আৰ এখন” শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে।
ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং আৰু তাৰা চাহ বাগিচা, শদিয়া সমষ্টিৰ ডাঙৰী আৰু লাইনা চাহ বাগিচা আৰু ডিগবৈ সমষ্টিৰ হাঁহচৰা আৰু চামদাং চাহ বাগিচাত নৱনিৰ্মিত চাহ বাগিচা চৰকাৰী আদৰ্শ বিদ্যালয় ৬ খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । অসমৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে কুমচাং, তাৰা, লাইনা আৰু চামদাং-এই চাৰিখন চাহ