গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ; দুজনক গ্ৰেপ্তাৰ

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ; দুজনক গ্ৰেপ্তাৰ

শ্ৰীৰামপুৰ হৈ বহি : ৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ।শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত অসম আৰক্ষী আৰু চিআৰপিএফৰ অভিযান চলাই গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত এখন ট্ৰাক জব্দ কৰে। ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথেৰে গুৱাহাটীৰ পৰা কলিকতা লৈ গৈ থকা ১৪ চকীয়া ট্ৰাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনাই অভয়াপুৰীত অঘটন।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিনাই অভয়াপুৰীত অঘটন।

তপন ৰাজবংশী: আমতোলাত চিপ লৈ আত্মহনন এজন পৰীক্ষাৰ্থীৰ।পৰীক্ষাৰ দিনাই চিপ লৈ আত্মহননৰ পথ বাচি লয় ছাত্ৰ জনে। নিজ গৃহৰ চৌহদৰ আম গছ এজোপাত চিপ লয় ছাত্র জনে। ছাত্ৰজনৰ নাম পৱন ৰায়। নিশা পৰিয়ালৰ লোকে ছাত্র জনক শুৱা কোঠাত নেদেখি হুৱা দুৱা লাগে। বিচাৰ খোচাৰ কৰাৰ পিছত চিপ লোৱা অৱস্থাত উদ্ধাৰ