বিয়াৰ প্ৰস্তাৱত সন্মত নোহোৱা বাবে কিশোৰীক কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে। যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহায়তে এই ঘৃণনীয় কাম সংঘটিত হোৱাৰ অভিযোগ কিশোৰীৰ। আনকি, কিশোৰীগৰাকীয়ে আৰক্ষীক জনাইছে, যুৱকজনে গৰম লোহাৰে তেওঁৰ মুখত নিজৰ নামো লিখি দিয়ে। ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি তিনিদিন ধৰি নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে যুৱকজনে। তাতেই
আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷ আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে
মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সামাজিক কামত ভাগ লোৱাৰ দিন হ’ব। যাৰ বাবে নতুন বন্ধু বনাব পাৰিব। পৰিয়ালত আপুনি কোনো কঠোৰ সিদ্ধান্ত ল’ব লাগিব পাৰে, যাৰ বাবে পৰিয়ালৰ কোনো সদস্য আপোনাৰ শত্ৰু হৈ পৰিব পাৰে। যদি সন্তানে কোনো নতুন ব্যৱসায় আৰম্ভ কৰাটো বিচাৰে, তেন্তে সেয়া কৰিব পাৰে, তাৰ
জখলাবন্ধাৰ সৰুভগীয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ আন দুজন গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোকজনৰ নাম অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছত দুয়োখন বাহনৰ চালক বহু
গৰম দিনত গাড়ী চলোৱাসকলে জানে গাড়ীৰ ভিতৰৰ উষ্ণতা কেনেকুৱা। বহু সময়ত দীঘলীয়া দূৰত্বত যাত্ৰা কৰাৰ সময়ত যাত্ৰী আৰু চালকৰ বাবে মূৰ ঘূৰোৱাটো এক ভয়াৱহ পৰিস্থিতি। বহুসময়ত উৎকট গৰমৰ বাবে চালক আৰু যাত্ৰী দুয়োজনেই অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুতে অসুস্থ হৈ পৰে, আনকি মৃত্যুও হ’ব পাৰে। গাড়ী চলাওঁতে কেৱল ৰাস্তাৰ