সোমবাৰে নিশা মাজুলীত শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পুনৰ সৃষ্টি হয় অবাঞ্চিত পৰিস্থিতি। বিতৰ্কই যেন লগ নেৰে জুবিন গাৰ্গক। অনুষ্ঠানত ‘সংগীত সিন্ধু’ উপাধি গ্ৰহণৰ পাছতে মাজুলীৰ সত্ৰাধিকাৰক মুকলিকৈ অপদস্থ কৰিলে জুবিন গাৰ্গে। শিল্পী জুবিন গাৰ্গৰ উদ্ভত আচৰণক লৈ এতিয়া মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে, সোমবাৰে মাজুলীৰ
ভয়ংকৰ Bachelor পাৰ্টীয়ে জোকাৰিছে ৰাজ্য। সকলোৰে মাজত সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া। সুৰা-সুন্দৰী নায়িকাৰ সৈতে ৰঙীন মেহফিলত অংশ ল’ব গৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ। সুন্দৰী নায়িকাৰ Bachelor পাৰ্টীত সুৰা বিচৰাৰ অভিযোগতে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহিছিল অসম আৰক্ষীৰ বশিষ্ঠ থানাৰ কনিষ্টবল প্ৰদীপ বসুমতাৰী। কেৱল ইমানেই
ৰাহুল গান্ধীৰ দুৰ্গত নিৰ্বাচনী ৰণডংকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে কেৰালাৰ ৱায়নাড়ত কে সুৰেন্দ্ৰনৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। ৰোড শ্ব’ত জনতাৰ সঁহাৰি দেখি অভিভূত ড০ শৰ্মা। এইবাৰ ৱায়নাড়ত মসৃণ নহয় ৰাহুল গান্ধীৰ জয়। কেৰালাৰ ৱায়নাড়ত এইবাৰ হ’ব ত্ৰিকোণীয় যুঁজ। ৰাহুল গান্ধীক সমালোচনাৰে থকাসৰকা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত
মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি। মঙলদৈৰ ২নং ৱাৰ্ডত সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা। স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হ’ল পত্নী আৰু ভাতৃ ৰফিকুল হুছেইন। দুয়োকে GMCHত ভৰ্তি কৰোৱা হৈছে। এচিড আক্ৰমণ কৰিয়ে নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আখতাৰ হুছেইনে। বেগা নদীত এচিডৰ বটল বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। মঙলদৈ ২নং
ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈছে। খবৰ অনুসৰি মঙলদৈ চহৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিল অভিনেতাগৰাকী কিন্তু হঠাৎ বাহনৰ আগত ক’ৰবাৰ পৰা শিয়াল এটা আহি আগত পৰে। আৰু তৎমুহূৰ্ততে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অভিনেতাগৰাকীয়ে। সোঁহাতত অস্ত্ৰোপচাৰ কৰিব