শনিবাৰে ৰবিযোগ! এই ৫ ৰাশিয়ে লাভ কৰিব আশীৰ্বাদ, শনিৰ কৃপাত জাতক-জাতিকাৰ সলনি হ’ব জীৱন

শনিবাৰে ৰবিযোগ! এই ৫ ৰাশিয়ে লাভ কৰিব আশীৰ্বাদ, শনিৰ কৃপাত জাতক-জাতিকাৰ সলনি হ’ব জীৱন

৩০ মাৰ্চ ২০২৪, শনিবাৰ। চন্দ্ৰ মংগল ৰাশি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। সিদ্ধিযোগ, ৰবিযোগ আৰু অনুৰাধা নক্ষত্ৰৰ শুভ সংমিশ্ৰণত জীৱন অতি সুন্দৰ আৰু নিৰাপদ হ’বলৈ গৈ আছে। প্রতীকী ছবি ৷ ইয়াৰ ফলত জাতক-জাতিকাৰ জীৱনত বিৰাট উন্নতি আহিবলৈ গৈ আছে। এই ৫ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বিৰাট উন্নতি আহিবলৈ গৈ আছে। প্রতীকী

জুবিন নৌটিয়ালৰ অনুষ্ঠানৰ নামত প্ৰৱঞ্চনা, লাখ লাখ টকা সংগ্ৰহ কৰি আয়োজক কমিটীৰ পলায়ন, আটক এগৰাকী যুৱতী

জুবিন নৌটিয়ালৰ অনুষ্ঠানৰ নামত প্ৰৱঞ্চনা, লাখ লাখ টকা সংগ্ৰহ কৰি আয়োজক কমিটীৰ পলায়ন, আটক এগৰাকী যুৱতী

গুৱাহাটীত জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠানৰ নামত প্ৰৱঞ্চনা। টিকট বিক্ৰীৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া জুবিনৰ অনুষ্ঠান বাতিল কৰিলে আয়োজক কমিটীয়ে। আজি নেহৰু ষ্টেডিয়ামত হোৱাৰ কথা আছিল বলীউদৰ কণ্ঠশিল্পী জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান। ‘সা ৰে গা মা আৰ্টছ অব মিউজিক’-এ আয়োজন কৰিছিল এই অনুষ্ঠানৰ। কোনো আনুষ্ঠানিক ঘোষণা অবিহনে

এই ৰাশিৰ জাতক-জাতিকাই নিজৰ ক্ৰোধৰ ওপৰত ৰাখক নিয়ন্ত্ৰণ, এই ৰাশিয়ে নিজৰ স্বাস্থ্যৰ ওপৰত ৰাখক ধ্যান, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো

এই ৰাশিৰ জাতক-জাতিকাই নিজৰ ক্ৰোধৰ ওপৰত ৰাখক নিয়ন্ত্ৰণ, এই ৰাশিয়ে নিজৰ স্বাস্থ্যৰ ওপৰত ৰাখক ধ্যান, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশিঃ আজি আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছু নতুন পৰিকল্পনা তৈয়াৰ কৰাত খৰচ কৰিব, যাৰ দ্বাৰা ভৱিষ্যতে আপোনাৰ উপকাৰ হ’ব আৰু আপোনাৰ সামাজিক সুনাম বৃদ্ধি পাব আৰু বন্ধু-বান্ধৱীৰ সহায়ত আজি আপুনি আপোনাৰ দীৰ্ঘদিনীয়া অপেক্ষাত থকা কাম সম্পূৰ্ণ কৰিব পাৰি সুখী হ’ব। কিন্তু আপোনাৰ অগ্ৰগতি দেখি আপোনাৰ শত্ৰুৰ কিছুমানে আপোনাক ঈৰ্ষা

নাৰিকল খালে দ্ৰুত গতিত কমিব শৰীৰৰ ওজন, কি ক’লে চিকিৎসকে?

নাৰিকল খালে দ্ৰুত গতিত কমিব শৰীৰৰ ওজন, কি ক’লে চিকিৎসকে?

নাৰিকলৰ বহু উপকাৰিতা আছে। তাৰ ভিতৰত এটা হ’ল নাৰিকলে ওজন হ্ৰাস কৰাত সহায় কৰে। জানো আহক নাৰিকলে আমাৰ শৰীৰৰ ওজন কমাবলৈ কেনেদৰে সহায় কৰে অৱশ্যে নাৰিকল খোৱাৰ যিমান উপকাৰিতা আছে সমান্তৰালকৈ নাৰিকল বেছিকৈ খালে সমস্যাৰ সৃষ্টিও হ’ব পাৰে। গতিকে এগৰাকী চিকিৎসক ডাঃ অংকিতা দাসে এই বিষয়ে সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে।

সাপৰ ওচৰত সঁচাকৈ ‘নাগমণি’ থাকে নেকি? এই বিষয়ে বিজ্ঞানে কি কয়?

সাপৰ ওচৰত সঁচাকৈ ‘নাগমণি’ থাকে নেকি? এই বিষয়ে বিজ্ঞানে কি কয়?

পৌৰাণিক কাহিনীৰ পৰা আৰম্ভ কৰি বহু হিন্দী চিনেমা আৰু ধাৰাবাহিকলৈকে সাপৰ ওচৰত ‘নাগমণি’ থকাৰ বিষয়ে উল্লেখ আছে। দাবী কৰা হয় যে কিছুমান বিশেষ প্ৰজাতিৰ সাপৰ মূৰত, যেনে ৰাজফেঁটিৰ এটা নিৰ্দিষ্ট বয়সৰ পিছত এটা শিলৰ ৰত্ন সৃষ্টি হয়। লোক বিশ্বাস অনুসৰি, ই অমূল্য আৰু ইয়াক অৰ্জন কৰাজন অপৰিসীম ধন-সম্পত্তি আৰু খ্যাতিৰ