এজিভিবি আৰ এছ ই টি কামৰূপ মেট্ৰ দ্বাৰা জুনিয়ৰ বিউটি প্ৰেক্টিছনাৰৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

এজিভিবি আৰ এছ ই টি কামৰূপ মেট্ৰ দ্বাৰা জুনিয়ৰ বিউটি প্ৰেক্টিছনাৰৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

এজিভিবি আৰ এছ ই টি কামৰূপ মেট্ৰ’ৰ এখন প্ৰশংসনীয় পদক্ষেপ হিচাপে, ০৮.০৮.২০২৫ তাৰিখে জুনিয়ৰ বিউটি প্ৰেক্টিছনাৰৰ ওপৰত ৩৫ দিনীয়া এটি বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে, যাৰ পৰা কামৰূপ মেট্ৰ’ জিলাৰ ৩৫ গৰাকী মহিলাই লাভান্বিত হ’ব। এই প্ৰশিক্ষণ ০৮.০৮.২০২৫ ৰ পৰা ১১.০৯.২০২৫ পৰ্যন্ত চলি থাকিব, যাৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলৰ জীৱিকাৰ উন্নয়ন