কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৬ মাহৰ বাবে নাগালেণ্ডৰ ৮ খন জিলা আৰু ৫ খন জিলাৰ আৰক্ষী থানাক অশান্ত বুলি ঘোষণা কৰি AFSPA (Armed Forces Special Powers Act)ৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিষয়ে বুধবাৰে চৰকাৰে এক অধিসূচনা জাৰি কৰে। ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে। গৃহ
মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আজি আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব, যাৰ বাবে আপুনি আপোনাৰ বহু কাম সম্পূৰ্ণ কৰাত সফল হ’ব আৰু আপোনাৰ শৰীৰৰ পৰা এলাহ আঁতৰি যাব। বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ শুনিব। পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখিবলৈ যদি আপোনালোকৰ মাজত
হনুমান চালিশা কি ? ভগৱান হনুমানৰ ঘাথা তথা গুণৰ বর্ণনা কৰি, ১৬ শতাব্দীৰ এক জনপ্রিয় কবি শ্রী তুলসী দাসৰ ৰচনা কৰা ( স্তবক বা কবিতাক ) হনুমান চালিশা বুলি কোৱা হয়। ইয়াত ৪০টা শ্লোক আছে সেই বাবে ইয়াক চালিশা কোৱা হয়। হনুমান চালিশাত ভগৱান হনুমানৰ ১০৮টা নাম লিখা আছে, তুলসী
নতুন বছৰত শনিয়েই কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আনিব। বহু ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। বৈদিক শাস্ত্ৰৰ মতে শনিৰ গুৰুত্ব অপৰিসীম। বৰ্তমান শনিদেৱে ত্ৰিকোণ ৰাশি কুম্ভত বিৰাজ কৰিছে। শনিৰ সৰ্বোচ্চ প্ৰিয় ৰাশি কুম্ভ। ৩০ জুনত শনিয়ে ৰাশিৰ বৃহৎ পৰিৱৰ্তন কৰিব। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ ফলত কেইবাটাও ৰাশিৰ
মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে বিখ্যাত কমেডিয়ান মুনাৱাৰ ফাৰুকীক আটক কৰে। ‘বিগ বছ ১৭’ৰ খিতাপ দখল কৰিছিল কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে। মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে ফ’ৰ্ট এলেকাৰ এখন হুকা পাৰ্লাৰত অভিযান চলাইছিল। আৰু এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৪ জন লোকক আটক কৰে। আৰু এই আটকাধীন লোক কেইজনৰ ভিতৰত আছিল মুনাৱাৰ ফাৰুকীও। যদিও