দোৰোণ বনৰ বৈজ্ঞানিক নাম : লিউকাচ্ এচপেৰা(Leucas aspera) ঠাই বিশষে ইয়াক দ্ৰুণ ,দৰুণ ,দোল বন আদি ও বোলে | ইয়াক শাক হিচাপে খোৱা হয় | পূজা পাতল আদিতো ( বিশেষকৈ শিৱ পূজাত )ইয়াক ব্যৱহাৰ কৰা হয় |এইবিধ বন বাৰিষা কালত প্ৰায় সকলো ঠাইতেই হয় | ইয়াৰ সোৱাদ সামান্য তিতিকি |
লিভাৰৰ কাৰ্যক্ষমতা বঢ়োৱা কিছুমান সহজলভ্য বনৌষধি তলত উল্লেখ কৰা হৈছে।যেনে:- (১).#কালমেঘ( Andrographis paniculata) এইবিধ বনৌষধিৰ বিষয়ে সকলোৱেই জানে। সংস্কৃতত ইয়াক ভূনিম্ব বুলি কোৱা হয়। অত্যাধিক তিতা সোৱাদ যুক্ত হোৱা বাবে ভূ অৰ্থাৎ ভূমিৰ নিম বুলিও কব পাৰি। ঔষধি গুণ সম্পন্ন কালমেঘ বিভিন্ন ৰোগত উপকাৰী ,বিশেষকৈ যকৃত বা লিভাৰক সুৰক্ষা প্ৰদান
পিয়াঁজ খোৱাৰ উপকাৰিতা- পিয়াঁজত ভিটামিনকে ধৰি খনিজ পদাৰ্থ আৰু আহঁৰ বাবে উত্তম উৎস।যিয়ে বহু ধৰণৰ স্বাস্থ্য উপকাৰিতা প্ৰদানৰ কাম কৰে। ১/কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে- পিয়াঁজক বহু ৰাসায়নিক পদাৰ্থৰ ভৰাঁল বুলি গণ্য কৰা হয়।যিয়ে-কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।ইয়াৰ বাহিৰেও-পিয়াঁজত কুইৰচেটিন নামৰ এটা পুষ্টিকৰ উপাদান থাকে।যিটো আটাইতকৈ চহকী উপাদান সমূহৰ ভিতৰত
গৰ্ভধাৰণৰ প্ৰথম সপ্তাহত পানীৰ বুদবুদিৰ নিছিনা ভ্ৰুণৰ আকাৰ হৈ পাছত ফলৰ দৰে হব ধৰে । এমাহৰ পাছত সেইটো ভ্ৰুণৰ মাথা বা মুৰ হবলৈ ধৰে । দুমাহৰ পাছত হাত-ভৰি , তিনিমাহৰ পাছত নখ-চুলি , চাৰি মাহৰ পাছত সাত ধাতু , পাঁচ মাহত ভোক-পিয়াহৰ জ্ঞাণ , ছয় মাহ পাছত মাতৃৰ পেটৰ ভিতৰত
Guwahati, March 8, 2024 – The Border Security Force (BSF) Frontier HQ in Guwahati celebrated International Women’s Day on March 8th with fervor and enthusiasm under the theme ‘Inspire Inclusion.’ Led by Mrs. Nandita Kotnala, alongside a significant turnout of Prahari Sanginis, the celebration emphasized the inclusiveness of inspiring women,