ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতে কেৰেলাৰ ৰস খালী পেটতে সেৱন কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এনে ৰস মাত্ৰাধিক পৰিমাণে খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ লিভাৰৰ ক্ষতি হোৱাৰ আশংকাঃ ডায়বেটিছ ৰোগীয়ে ছুগাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে কেৰেলাৰ ৰস খোৱাৰ অভ্যাস কৰে৷ কিন্তু এই অভ্যাসে লিভাৰৰ ওপৰত বেয়া প্ৰভাব পেলাব পাৰে৷ কেৰেলাৰ
যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ সাধাৰণতে ভিটামিনৰ অভাৱ,
মোবাইল ফোন বা স্মাৰ্টফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটো নহ’লে যেন কোনো কথাই চিন্তা কৰিব পৰা নাযায়৷ পিছে স্মাৰ্টফোনটো দৈনিক ব্যৱহাৰ কৰোঁতে কৰোঁতে এটা সময়ত ইয়াৰ স্পীড বা গতি কমি আহিবলৈ ধৰে৷ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰেই হওক বা আন যিকোনো কামেই হওক, সেয়া কৰাত সমস্যা হৈ
লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্ৰয়োজন৷ সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে৷ মদ্যপান, উচ্চৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টেুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্ৰান্ত হয়৷ কম বয়সতে ফেটি লিভাৰৰ সমস্যাও
বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ আইৰণ, ফাইবাৰ, কাৰ্বহাইড্ৰেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম৷ ◾️ হাড় মজবুত কৰে ঃ আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্ৰহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি৷ ◾️ওজন নিয়ন্ত্ৰণঃ আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক,