ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন বুলেটে ৷ উল্লেখযোগ্য যে বুলেটখনত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত ৷
অভিযোগ দিয়াৰ এঘন্টাৰ ভিতৰত ততাতৈয়াকৈ ব্যৱস্থা লয় হোজাই আৰক্ষীয়ে। হোজাই জিলা আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযোগ পোৱা মাত্ৰই ল’লে ব্যৱস্থা। জানিব পৰা মতে, লংকা পৌৰ সভাৰ ৯ নং বাৰ্ডৰ মিৰা দাস নামৰ এগৰাকী মহিলাই দুবছৰ পূৰ্বে সুদখোৰ সুৰজ দেৱনাথ, দুলু দেৱনাথ,
মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ভাল খবৰ লৈ আহিব। আপুনি নতুন সম্পত্তি লাভ কৰিব পাৰে, কিন্তু কিছুদিন ধৰি চলি থকা ব্যৱসায়িক সমস্যাৰ বাবে আপুনি কাৰোবাক লগ কৰিব লাগিব পাৰে। ক’ৰবালৈ যোৱাৰ কথা ভাবিছে যদি কিছু সময়ৰ বাবে স্থগিত ৰাখক, অন্যথা দুৰ্ঘটনাৰ বাবে আপোনাৰ আৰ্থিক খৰচ বাঢ়িব পাৰে। কৰ্মস্থলীত
বঙাইগাঁৱৰ দেউৰীপাৰাত নিশা ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ফৰ্চুনাৰে টেম্পোত খুন্দিওৱাৰ ফলত এজন যাত্ৰী নিহত হোৱাৰ লগতে আন দহগৰাকী যাত্ৰী আহত হয়৷ ফৰ্চুনাৰখনৰ চালকে টেম্পোত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিহত যাত্ৰীজনৰ নাম বিষু চৌধুৰী বুলি জানিব পৰা গৈছে। আহত টেম্প’ যাত্ৰীসকল ক্ৰমে অনামিকা বড়ো, শান্তি ৰায়, প্ৰভাতি কলিতা, অনিমা ৰায়,
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ১২ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ১০ দিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে কলকাতাত ১৫,৪০০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পাঁচ দিনৰ ভিতৰত পশ্চিম বংগলৈ এয়া মোদীৰ দ্বিতীয় ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে কলকাতা মেট্ৰ’ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ হাওৰা মৈদান-এছপ্লেনেড খণ্ডৰ উদ্বোধন কৰে, যিটো পানীৰ তলেৰে মেট্ৰ’ সেৱাৰ