ডায়েবেটিছ ৰোগীৰ আন লোকতকৈ হৃদৰোগৰ প্ৰৱণতা বেছি থাকে বুলি চিকিৎসসকলে সকীয়াই দিয়ে। টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকৰ হৃদৰোগত মৃত্যু হোৱা পৰিলক্ষিত হয়। হৃদৰোগ প্ৰতিৰোধৰ বাবে কেইবাটাও কথা মানি চলাটো উচিত। আপুনি প্ৰথমে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্পৰ্ক বুজিব লাগিব। এই দুটা ৰোগৰ মাজত সম্পৰ্ক: আন লোকতকৈ ডায়েবেটিছ ৰোগীৰ হৃদৰোগ
মেষ ৰাশি আজি দিনটোৱে আপোনাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। যদি আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেন্তে ই আপোনাৰ বাবে উপকাৰী হ’ব। আজি আপুনি সন্ধিয়া কিছু অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আপোনাৰ ভিতৰত ভোগ আৰু বিলাসীতাৰ অনুভৱ বাঢ়িব। সন্ধিয়া স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব লাগিব কাৰণ আজি ক’ৰবাত
লোকসভা নিৰ্বাচনৰ বাবে BJPৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা। ১৭খন ৰাজ্যৰ বাবে ১৯৫জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপিয়ে। ৩৪জন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম আছে প্ৰথমখন তালিকাত। প্ৰথমখন তালিকাত আছে দুজন প্ৰাক্তন CMৰ নাম। ৪৭গৰাকী যুৱ প্ৰাৰ্থীয়ে এইবাৰ অৱতীৰ্ণ হ’ব নিৰ্বাচনত। ২৮গৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হ’ব নিৰ্বাচনত। ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে আনন্দ
হঠাৎ সলনি হৈছে মহানগৰীৰ ছবি ৷ মহানগৰীত হঠাৎ বৃদ্ধি কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী, সমান্তৰালকৈ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে স্থাপন বৃহৎ বেৰীকেড ৷ প্ৰতি ৫০ মিটাৰৰ অন্তৰে অন্তৰে বেৰীকেড স্থাপন আৰক্ষীৰ ৷ যিটো দৃশ্য দেখি আচৰিত হৈছে সৰ্বসাধাৰণ লোক ৷ কিয়নো হঠাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি হৈছে নিৰাপত্তা ৷ মহানগৰীৰ চৌদিশে মাথোন আৰক্ষীৰ
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ সাংসদ তথা ক্ৰিকেটাৰ গৌতম গম্ভীৰে ৰাজনৈতিক দায়িত্ব-কৰ্তব্যৰ পৰা বিচাৰিলে অব্যাহতি। গম্ভীৰ বিজেপিৰ সাংসদ। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল। বিজেপিৰ টিকটত পূব দিল্লীৰ লোকসভা সমষ্টিৰ পৰা জয়লাভো কৰিছিল। কিন্তু ঠিক পাঁচ বছৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে জনালে, তেওঁ তেওঁৰ ক্ৰিকেট সংক্ৰান্তীয় দায়িত্ব আৰু কৰ্তব্য পালনতে