মেষ ৰাশি: আজিৰ দিনটো নিয়োজিত লোকৰ বাবে ভাল দিন হ’ব। তেওঁলোকে চাকৰিত উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী কৰ্মচাৰীয়ে কাৰো প্ৰভাৱত পৰচৰ্চা কৰা উচিত নহয়, এনে কৰা আপোনাৰ বাবে ব্যয়বহুল হ’ব পাৰে। মাতৃৰ পক্ষৰ পৰা আৰ্থিক সুবিধা পাব পাৰে। সন্ধিয়া কোনো আত্মীয়ৰ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যৰ বিবাহত দেখা দিয়া
নলবাৰীৰ মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অভিযুক্ত জগদীশ হালৈক নলবাৰী আৰক্ষীয়ে সোমবাৰে আটক কৰিবলৈ সক্ষম হয়। জগদীশ হালৈয়ে আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, Induslnd বেংকৰ কৰ্মচাৰী জগদীশ হালৈয়ে দিব্যাংগ পুত্ৰৰ চিকিৎসাত সৰ্বস্বান্ত হৈ আৰ্থিক আৰু মানসিকভাৱে সকলো ফালৰ পৰা দিশহাৰা হৈ অৱশেষত পত্নী,
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটাৰ পিছত আনটো হিট এণ্ড ৰানৰ ঘটনা। যেন হিট এণ্ড ৰানৰ ঘটনা সাধাৰণ ঘটনাত পৰিণত হৈছে। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিট এণ্ড ৰানৰ ঘটনাক লৈ অসহায় অৱস্থাৰ কথা ঘোষণা কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত আহোম গাঁৱত দেওবাৰে নিশা অজ্ঞাত গাড়ীৰ খুন্দাত
অগপক মাথোঁ বৰপেটা দি ব্ৰীগ ব্ৰাডাৰ বিজেপিয়ে অৱশেষত ৰাজ্যৰ ১২ টা লোকসভা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ আনহাতে বিজেপিৰ আনটো মিত্ৰদল ইউপিপিএললৈ এৰিলে কোকৰাঝাৰ লোকসভা সমষ্টি৷ উল্লেখ্য, প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই সোমবাৰে বৰপেটা আৰু কোকৰাঝাৰক বাদ দি বাকী ১২ সমষ্টি ক্ৰমে ধুবুৰী, দৰং-ওদালগুৰি, গুৱাহাটী, ডিফু (এছটি), কৰিমগঞ্জ, শিলচৰ
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। উত্তৰ পূবৰ ভিতৰতে অপহৰণৰ ঘটনাত শীৰ্ষত আছে অসম তথা গুৱাহাটী মহানগৰী। ৰাজ্যত বৰ্তমানৰ দিনলৈকে বৃহৎ হাৰত সংঘটিত হৈ আছে শিশু অপহৰণৰ ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিগত দুটা বছৰত