গৌৰৱ গগৈক অভিমন্যু সজাই আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাক কৌৰৱ সজাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত দুদিন পূৰ্বে নিশাৰ ভাগত প’ষ্টাৰিং কৰা ঘটনাৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে নিজকে অসমৰ অভিমন্যু বুলি মন্তব্য কৰে। সাংসদ গৌৰৱ গগৈয়ে আজি নগাঁৱৰ হাতীচোং মেধিচুকত
মুখ্যমন্ত্ৰীৰ কৌশলপূৰ্ণ মন্তব্যৰ পিছত ধাৰাবাহিকভাৱে অসম প্ৰদেশ কংগ্ৰেছত বিধায়ক তথা জ্যেষ্ঠ নেতাৰ ইটোৰ পিছত সিটো BJPত যোগদানৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । শেহতীয়াকৈ ৰাজ্যত সৰ্বাধিক চৰ্চিত ৰাজনৈতিক খবৰটোৱে হ’ল APCCৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ খবৰ। দীৰ্ঘদিন ধৰি ৰাণা গোস্বামীয়ে অগপ নহ’লে
মেষ ৰাশি : এই দিনটোত ব্যৱসায়ৰ বাবে তিতাক মিঠালৈ ৰূপান্তৰিত কৰাৰ গুণ শিকিব লাগিব। কিন্তু আনক কাম কৰোৱাবলৈ সক্ষম হ’ব। অন্যথা সমস্যাত পৰিব লাগিব পাৰে। চাকৰিজীৱীসকলে যদি নতুন চাকৰি বিচাৰি আছে, তেন্তে তেওঁলোকে সফল হ’ব। পূৰ্বে য়দি কাৰোবাক টকা ধাৰলৈ দিছিল, তেন্তে সেই টকা ঘূৰাই পাব। ফলত আৰ্থিক অৱস্থা শক্তিশালী
‘মই ইচ্ছা কৰিলে ৩ দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰো’ – বৰপেটাৰোডত এই মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সৰভোগৰ মইনবড়ী সত্ৰত উপস্থিত হৈ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। যদি তেওঁক দায়িত্ব দিয়া হয় তেন্তে তিনিদিনতে কংগ্ৰেছ শূন্য কৰি দিব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছ
গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : ইটালীৰ মিলান চহৰত ব্যতিক্ৰমী প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ এক অনন্য প্ৰদৰ্শনী ‘কঁহুৱা কোমল’ ৷ অসমীয়া পৰম্পৰাগত বস্ত্ৰৰ দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষাৰে আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিখ্যাত ডিজাইনাৰ অসমৰ সুযোগ্যা সন্তান সংযুক্তা দত্তই ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিখ্যাত ‘মিলান ফেশ্বন