বোকাখাতত পৃথক দুটা পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু

বোকাখাতত পৃথক দুটা পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু

বোকাখাতৰ ৰজাবাৰীত আৰু লখৌজানত হোৱা দুটা পৃথক পথ দূৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় ৷ আজি পুৱাতে লখৌজানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দূৰ্ঘটনাত গুৱাহাটীৰ হায়ট চিকিৎসালয়ৰ এখন এম্বুলেঞ্চে অতুল পাল নামৰ এজন পথাচাৰীক মহতিয়াই নিয়ে ৷ এম্বুলেঞ্চৰ খুন্দাত পথৰ পৰা দলংৰ তলত চিটিকি পৰে অতুল পাল ৷ পাচত