ধর্মানন্দ দাস সোঁৱৰণী তৰ্ক প্রতিযোগিতা সম্পন্ন।

ধর্মানন্দ দাস সোঁৱৰণী তৰ্ক প্রতিযোগিতা সম্পন্ন।

কটন বিশ্ববিদ্যালয়লৰ জেছমিন চুলতানা – হেমাংগ গগৈ লৈ শ্রেষ্ঠ দলৰ সন্মান। দিশপুৰ আইন মহাবিদ্যালয় ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ধৰ্মানন্দ দাস সােৱৰণী আন্ত মহাবিদ্যালয় তর্ক প্রতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ জেছমিন চুলতানা আৰু হেমাংগ গগৈয়ে শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। উক্ত তর্ক প্রতিযোগিতায় শ্রেষ্ঠ তার্কিকৰ সন্মান লাভ কৰে ন্যাশনেল ল’ ইউনিভাৰচিটিৰ তাহিদ