Assam Filmmaker Xahid Khan’s Alert Condition Red and Mistake, both the film got official selection in MoziMotion Expo, Netherlands! Both the film will be screened in between 5th October & 13th October at Beeld En Geluid Museum, Hilversum, North Holland 1217 GN Netherlands. Congratulations Xahid Khan for the achievement.
বৰপেটা ৰোডত আমছুৰ প্ৰতিবাদ। চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাৰ কয়লা ময়লাৰ আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে বৰপেটা ৰোড নিচুকাৰ গৰ্ভৱতী মহিলাৰ ওপৰত জপিয়াই নিৰ্মম ভাবে কৰা অত্যাচাৰ আৰু নিৰ্যাতনৰ প্রতিবাদত আজি বৰপেটা আৰু বাক্সা জিলাৰ আমছুৰ উদ্যোগত বৰপেটা ৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় তাৰে কেইটামান আলোকচিত্ৰ।
*নলবাৰীৰ যজ্ঞভূমিত পঞ্চায়তৰ উদ্যোগত স্বচ্ছ অভিযান* নলবাৰী,২০ ছেপ্টেম্বৰ – ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ শেষৰ দিনা আজি বাহঁজানীৰ যজ্ঞভূমিস্থিত জল্টিৰাম ডেকা সোঁৱৰণী বজাৰ উত্তৰ বাহঁজানী আৰু পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষৰ উদ্যোগত চৌহদ চাফ চিকুণ কৰি স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুই
নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক
নলবাৰীত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ মৃত্যু শোক নলবাৰী:নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, নলবাৰী বাণিজ্যিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক হেমন্ত কুমাৰ দত্তৰ (৭২ ) মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি