আজি কোকৰাঝাৰ জিলাৰ অন্তুৰ্গত গোসাইগাওঁত অটো চালক সন্থাৰ উওাল প্ৰতিবাদ।

আজি কোকৰাঝাৰ জিলাৰ অন্তুৰ্গত গোসাইগাওঁত অটো চালক সন্থাৰ উওাল প্ৰতিবাদ।

ই ৰিক্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ। অনুজ্ঞাপএ অবিহনে ই ৰিক্মা চলাই থকাৰ প্ৰতিবাদ। বিভাগীয় কৰ্তৃপক্ষই ই ৰিক্মাৰ লগত বুজাবুজি থকাৰ অভিযোগ। অটো চালক সন্থা জিন্দাবাদ, পৰিবহন মন্ত্ৰী মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী গো বেগ, চন্দ্ৰমোহন পাটোৱাৰী হুশিয়াৰ,আমাৰ দাবি ন্যায় দাবি, আদি শ্লোগানেৰে গোসাইগাওঁৰ আকাশ বতাহ কপাই তোলে গোসাঁইগাঁও auto সন্থা ।লগতে পৰিবহন মন্ত্ৰী