শ্ৰীৰামপুৰত অস্ত্ৰ সহ আটক দুই আত্মসমৰ্পণকাৰী সদস্য,অস্ত্ৰ,গুলি উদ্ধাৰ

শ্ৰীৰামপুৰত অস্ত্ৰ সহ আটক দুই আত্মসমৰ্পণকাৰী সদস্য,অস্ত্ৰ,গুলি উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱাকালি সন্ধিয়া গ্ৰেপ্তাৰ দুটা পৃথক অস্ত্ৰধাৰী সংগঠনৰ আত্মসমৰ্পনকাৰী সদস্য৷যোৱাকালি সন্ধিয়া প্ৰায় সাত বজামানত আৰক্ষীয়ে শ্ৰীৰামপুৰ বজাৰত তালাচী চলোৱা সময়তে নাছলাৰ এডুইন মাৰণ্ডি আৰু মুছলিম টাইগাৰ প্ৰটেকশ্বন ফোৰ্চৰ সদস্য ছলিম উদ্দিন শেখক এটা ৭’৬৫ এম এম পিষ্টল,এটা মেগজিন আৰু সাত জাঁই গুলি উদ্ধাৰ কৰে৷প্ৰাপ্ত তথ্য