নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰ সামৰনি

নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰ সামৰনি

নলবাৰী ১১ মে ঃ নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক বিজ্ঞানৰ মনোৰম অনুষ্ঠানৰঅনুষ্ঠান সামৰনি পৰে ৷ অসম বিজ্ঞান সমিতিৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি ৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক এখনি মনোৰম বিজ্ঞানৰ অনুস্থানৰ আয়োজন কৰা হয়। ৰাতিপুৱাৰ ভাগত অনুষ্ঠানৰ শুভৰাম্ভ কৰে শংকৰদেৱ একাডেমী সমন্নয়ক শৈলেন্দ্ৰ প্ৰসাদ

নলবাৰীৰ কৃতি শিক্ষক মহেশ্বৰ হালৈৰ অভিনন্দন গ্ৰণ্হ উন্মোচন ও ৰাজহুৱা সম্বৰ্ধনা সভা

নলবাৰীৰ কৃতি শিক্ষক মহেশ্বৰ হালৈৰ অভিনন্দন গ্ৰণ্হ উন্মোচন ও ৰাজহুৱা সম্বৰ্ধনা সভা

নলবাৰী,১১মেঃঅাজি নলবাৰী জিলাৰ বুঢ়ীনগৰ জনতা হাইস্কুল প্ৰাংগনত শিলগোঁসানী থান শাখা সাহিত্য সভাৰ উদ্যোগত কাশীমপুৰ বাপুজী এম. ই স্কুলৰ প্ৰাক্তন প্ৰধান ও কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱৰ এখনি অভিনন্দন গ্ৰণ্হ উন্মোচন কৰা হয় । উক্ত গ্ৰণ্হ খন উন্মোচন অসম চৰকাৰৰ বিও,স্বাস্হ্য অাৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মূনালেনী